Millet Ambali Recipe মিলেট আম্বলি - মিলেট খোৱাৰ সঠিক নিয়ম।

Поделиться
HTML-код
  • Опубликовано: 2 окт 2024
  • ২০২৩ চন International Year of Millets হিচাপে আৰু অসম ত ও অসম মিলেট মিছন হিচাপে ও পালন কৰা হৈছে। মিলেট যেনে কাউন, মাৰুৱা বা ৰাগী, চীনা ধান এনেকুৱা বহুত মিলেট যিটো অসমত উৎপাদন কৰা হয় আৰু স্বাস্থ্যৰ কাৰণে অতি লাভ বান। কিন্তু মিলেট খোৱাৰ কিছুমান নিয়ম আছে , যেনেকে ইয়াক প্ৰথমে মিলেট অম্বলী বনাই খাব লাগে।
    #অসমমিলেটমিছন #assammilletmission #indiamilletmission #millets #মিলেট

Комментарии • 11